পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বদলি হোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বদলি হোৱা   ক্ৰিয়া

অর্থ : এঠাইৰ পৰা আহি অন্য কোনো ঠাইত নিযুক্ত হোৱা কার্য

উদাহরণ : যোৱা মাহৰ পৰাহে মোৰ কার্যালয় বদলি হʼল

সমার্থক : স্থানান্তৰিত হোৱা

অর্থ : কোনো এক বস্তুৰ ঠাইত আন এক বস্তু হোৱা

উদাহরণ : মন্দিৰত মোৰ জোতা সলনি হʼল

সমার্থক : বদলা, সলনি হোৱা

অর্থ : এটা ৰূপৰ পৰা অন্য এটা ৰূপলৈ অনা কার্য

উদাহরণ : এই ঘটনাটোৰ পিছৰ পৰা তেওঁৰ জীৱনলৈ বহুত পৰি্ৱর্তন আহিল

সমার্থক : পৰি্ৱর্তন ্অহা

चौपाल