পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বন্ধ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বন্ধ   বিশেষ্য

অর্থ : দুখ, বিৰোধ বা অসন্তোষ ভাব দেখুৱাবৰ কাৰণে কল-কাৰখানা, কার্যালয় আদিৰ কর্ম্্চাৰী বা জন-সাধাৰণে ব্যৱসায়, দোকান আদি বন্ধ কৰি দিয়া কার্য

উদাহরণ : পৰিবহণৰ ওপৰত বন্ধৰ একো প্রভাৱ নপৰিল

সমার্থক : হৰতাল

বন্ধ   বিশেষণ

অর্থ : আৱদ্ধ হৈ থকা

উদাহরণ : পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়

সমার্থক : আৱদ্ধ

অর্থ : যিটো প্রবাহিত নহয়

উদাহরণ : অপ্রবাহিত পানীত বহু ৰোগৰ বীজাণু পোৱা যায়

সমার্থক : অপ্রবাহিত, অপ্রৱাহিত

অর্থ : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰা বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰা এক স্থিতি

উদাহরণ : ছাত্রাবাসৰ প্রধান দুৱাৰ সন্ধিয়া আঠ বজাতে বন্ধ কৰে

অর্থ : ৰৈ থকা

উদাহরণ : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে

সমার্থক : গতিহীন

অর্থ : যিটো ওলাব-সোমাব নোৱাৰা হৈ থাকে বা পথত বাধাৰ সৃষ্টি হয়

উদাহরণ : সৌ বন্ধ নলাটো চাফা কৰি আছে

সমার্থক : অৱৰুদ্ধ, অৱৰোধিত, আৱদ্ধ, নিৰুদ্ধ, বাধাগ্রস্ত, ৰুদ্ধ

चौपाल