অর্থ : এৰা বা ত্যাগ কৰা বা পৃথক কৰা
উদাহরণ :
সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে
সমার্থক : খাৰিজ
অর্থ : বাহিৰ কৰা বা উলিয়াই পঠিওৱা
উদাহরণ :
প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব
সমার্থক : খাৰিজ