পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বহুওৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বহুওৱা   ক্ৰিয়া

অর্থ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা

উদাহরণ : চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে

সমার্থক : উঠোৱা

অর্থ : কোনো নাৰীক পত্নীৰ ৰূপত ৰাখি লোৱা

উদাহরণ : ঠাকুৰে ৰামুৰ বোৱাৰীক নিজৰ ঘৰত বহুৱালে

অর্থ : কোনো পদত কার্যনি্র্বাহ কৰা

উদাহরণ : চাণক্যই চন্দ্রগুপ্তক তক্ষশীলাৰ সিংহাসনত বহুৱাইছিল

সমার্থক : আসীন কৰা

অর্থ : ভালদৰে স্থিৰ কৰা কার্য

উদাহরণ : ৰাজমিস্ত্ৰীয়ে মজিয়াত টাইলচ লগাইছে

সমার্থক : লগোৱা

चौपाल