সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বহুত কথা কʼব পৰাজন
উদাহরণ : প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
সমার্থক : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বাকপটু, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
অর্থ : অদৰকাৰী কথা-বতৰা কওঁ্তাজন
উদাহরণ : ৰামু এজন বহুবল্কী ব্যক্তি
সমার্থক : কথকী
অর্থ : পাগলৰ নিচিনাকৈ অনর্থক ্ কথা কওঁ্তা ্ বা প্রলাপ বকোঁতা
উদাহরণ : তেওঁৰ ্ কথাত নধৰিবা, তেওঁ এজন চেলেপু লোক
সমার্থক : অতিবক্তা, অতিভাষী, কথা-চহকী, চালপেনীয়া, চেলবেলীয়া, চেলেপু
ইনস্টল