অর্থ : বিভিন্ন বৰণযুক্ত
উদাহরণ :
লোকনৃত্য শিল্পীজন বহুৰঙী পোছাকেৰে সুসজ্জিত আছিল
সমার্থক : নানা-বৰণীয়া, ৰং-বিৰং
অর্থ : অনেক প্রকাৰৰ বা ভিন ভিন ধৰণৰ
উদাহরণ :
বিদ্যালয় সমাৰোহত সৰস্বতী বন্দনাৰে বাৰেৰহণীয়া কার্যসূচীৰ শুভাৰম্ভ কৰিলে
সমার্থক : নানাৰঙী, বাৰেৰহণীয়া