অর্থ : যি লিপিৰ দ্বাৰা বাংলা ভাষা লিখা হয়
উদাহরণ :
গীতাঞ্জলী বাংলাত লিখা হৈছিল
সমার্থক : বাংলা লিপি, বাংলা-লিপি
অর্থ : বেঙ্গলী ভাষাৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
বাংলা সাহিত্যত ৰবীন্দ্রনাথ ঠাকুৰৰ উল্লেখযোগ্য অৱদান আছে