অর্থ : বাংলাদেশৰ অধিবাসী
উদাহরণ :
ৰাইজে ভাৰতত বাস কৰা বাংলাদেশীসকলক ঘূৰাই পঠোৱাৰ দাবী তুলিছে
সমার্থক : বাংলাদেশবাসী
অর্থ : বাংলাদেশ সম্বন্ধীয় বা বাংলাদেশৰ
উদাহরণ :
বক্সিদেৱে নিজৰ বাংলাদেশী ভাইক লগ পাবলৈ গৈছে