পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বাচ্চা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বাচ্চা   বিশেষ্য

অর্থ : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী

উদাহরণ : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে

সমার্থক : কেঁচুৱাশিশু, পেন্দুকণা, বালক

অর্থ : মতা সন্তান:কৃষ্ণ বাসুদেৱৰ লʼৰা আছিল

উদাহরণ :

সমার্থক : আপা, কিশোৰ, কুমাৰ, কোঁৱৰ, চোকোৰা, তনয়, দায়াদ, নন্দন, পুতাই, পুত্র, পো, বালক, লʼৰা

অর্থ : কম বয়সীয়া লʼৰা বা ছোৱালী

উদাহরণ : তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়

সমার্থক : বালক-বালিকা, লʼৰা-ছোৱালী, শিশু, সৰু লʼৰা-ছোৱালী

चौपाल