পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বাছ আস্থান শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বাছ আস্থান   বিশেষ্য

অর্থ : যান-বাহন আহি ৰোৱা আৰু প্রস্থান কৰা ঠাই

উদাহরণ : বাছ আস্থানত যাত্রীৰ ভিৰ লাগিছে

সমার্থক : পৰিবহন কেন্দ্র, বাছ-আস্থান, বাছষ্টেণ্ড

অর্থ : যি ঠাইত যাত্রীক নিবলৈ আৰু থʼবলৈ বাছবিলাক আহি ৰয়

উদাহরণ : তেওঁ নিজৰ চহৰলৈ যোৱা বাছৰ কাৰণে বাছ আস্থানত এঘণ্টা ধৰি ৰৈ আছে

সমার্থক : বাছ পৰিবহণ কেন্দ্র, বাছ ষ্টেণ্ড, বাছআস্থান

चौपाल