পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বাদ-বিবাদ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বাদ-বিবাদ   বিশেষ্য

অর্থ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

উদাহরণ : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

সমার্থক : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

অর্থ : কোনো কথাত লগা বাদানুবাদ

উদাহরণ : আজি ৰাতিপুৱাই তেওঁৰ সৈতে মোৰ চুপতা-চুপতি লাগিল

সমার্থক : উখনা-উখনি, খকা-খুন্দা, চুপতা-চুপতি, বাক-বিতণ্ডা, বাদ-বিতণ্ডা

অর্থ : কোনো পক্ষৰ খণ্ডন আৰু মণ্ডনত হোৱা কথা-বতৰা

উদাহরণ : বেছি বাদ-বিবাদত পৰিলে হʼবলগীয়া কামটোও নহʼবগৈ

সমার্থক : তর্ক-বিত্্র্ক

অর্থ : শাস্ত্রীয় বিষয়ত পৰস্পৰৰ মাজত হোৱা বাদ-বিবাদ

উদাহরণ : অষ্টাবক্রই ৰজা জনকৰ সভাত উপস্থিত ডাঙৰ-ডাঙৰ বিদ্বানৰ লগত বাদ-প্রতিবাদ কৰিলে

সমার্থক : বাত-বিতণ্ডা, বাদ-প্রতিবাদ, বাদপ্রতিবাদ

चौपाल