সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পিতৃক কৰা সম্বোধন
উদাহরণ : আমি আমাৰ পিতৃক দেউতা বুলি মাতো
সমার্থক : আব্বাজান, দেউতা, দেতা, দৌ, দৌতি, পিতা, পিতাই, পিতাদেউ, ববাই, বাবা, বোপাই
অর্থ : যিজন কোনো কলা, গুণ আদিত কাৰোবাতকৈ ওপৰত হয়
উদাহরণ : কম্পিউটাৰ সম্বন্ধীয় যিকোনো বিষয়ত আশিস তোমাৰ বাপ স্বৰূপ
ইনস্টল