পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিকশিত হোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিকশিত হোৱা   ক্ৰিয়া

অর্থ : বিকাশ প্রাপ্ত হোৱা

উদাহরণ : আমাৰ বেপাৰ লাহে-লাহে প্রসাৰিত হৈ আছে

সমার্থক : প্রসাৰিত হোৱা

অর্থ : নতুনকৈ হোৱা গছপুলিত পাত গজা আৰু সেউজীয়া হোৱা

উদাহরণ : শুকাই যোৱা গছপুলিটোৱে পানী পোৱাৰ লগে-লগে ঠন ধৰিবলৈ ধৰিলে

সমার্থক : ঠন ধৰা, সজাল ধৰা

चौपाल