পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিজ্ঞপ্তি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিজ্ঞপ্তি   বিশেষ্য

অর্থ : কোনো কথা কোৱা বা জনোৱা কার্য

উদাহরণ : বিশ্ব স্বাস্থ্য সংস্থাৰ এক বিজ্ঞপ্তি অনুসৰি সমগ্র পৃথিৱীত বছৰি নিগনিয়ে ৩৩ কোটি টন চাউল খায়

অর্থ : বিশেষভাৱে বাতৰি-কাকত, ৰেডিঅ, ্দূৰদর্শন আদিৰ জৰিয়তে কোনো বয়-বস্তু আদিৰ বিক্রী বা কোনো গুৰুত্ব পূর্ণ ্কথা আৰু খবৰ সকলো লোকৰ জ্ঞাতার্থে ্প্রচাৰ কৰা ব্যৱস্থা

উদাহরণ : আজিৰ বাতৰি-কাকত বিজ্ঞাপনেৰে ভৰি আছে

সমার্থক : ইস্তাহাৰ, বিজ্ঞাপন

বিজ্ঞপ্তি   বিশেষণ

অর্থ : যাৰ বিষয়ে জনোৱা হৈছে বা যাৰ জাননী দিয়া হৈছে

উদাহরণ : এই বিজ্ঞপ্তিটোৰ বিষয়ে সকলো অৱগত

चौपाल