সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বিষয়ত জড় পদার্থ ্বা লৌকিক বিষয়ৰ ্সন্দর্ভত ্লাভ কৰা কোনো কথা বা তত্ত্বৰ প্রণালীবদ্ধ বিৱৰণ যি এক স্বয়ং সম্পূর্ণ ্শাস্ত্রৰ ৰূপত থাকে
উদাহরণ : ৰামে ৰাজনীতি বিজ্ঞান পঢ়ি আছে ৰাহুলে বর্ত্্মান জ্যোতিষ বিদ্যা অধ্যয়ন কৰি আছে
সমার্থক : বিজ্ঞান, শাস্ত্র
অর্থ : মোক্ষ প্রাপ্তি বা পৰম পুৰুষার্থ সিদ্ধি কৰা জ্ঞান
উদাহরণ : বিদ্যাৰ অভাৱত জীৱই জন্ম-মৃত্যুৰ পাকত পৰি থাকে
অর্থ : শিক্ষা আদিৰ পৰা লাভ কৰা জ্ঞান
উদাহরণ : পুৰণিকালত কাশী বিদ্যা লাভৰ কেন্দ্র আছিল
ইনস্টল