পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিধান শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিধান   বিশেষ্য

অর্থ : সংসদৰ দ্বাৰা অধিনিয়ম গৃহীত কৰা কার্য

উদাহরণ : ইয়াৰ বিধান অতি জৰুৰী

সমার্থক : আইন

অর্থ : কার্য ্কৰাৰ ৰীতি বা প্রণালী

উদাহরণ : সংসাৰত সকলো বিধিৰ বিধান অনুসৰি চলে

অর্থ : মানুহৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণৰ কাৰণে দেশৰ প্রশাসনে ঠিক কৰি দিয়া বিধি-বিধান, যাক পালন কৰাটো সকলোৰে কাৰণে বাধ্যতামূলক আৰু ইয়াক উলংঘা কৰিলে দণ্ড বিহা হয়

উদাহরণ : আইন বিৰোধী যিকোনো কামে আপোনাক সংকটত পেলাব পাৰে

সমার্থক : অধিনিয়ম, আইন, আইন-কানুন, কানুন, বিধি

चौपाल