পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিনিময় শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিনিময়   বিশেষ্য

অর্থ : যি প্রক্রিয়াৰ দ্বাৰা ভিন ভিন দেশৰ মূদ্রাৰ আপেক্ষিক মূল্য স্থিৰ কৰা হয় আৰু সেই অনুসৰি পাৰস্পৰিক লেন-দেন কৰা হয়

উদাহরণ : বিনিময়ৰ বাবেই টকাৰ মূল্য প্রতিদিনে কমি বা বাঢ়ি থাকে

অর্থ : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া

উদাহরণ : বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন

সমার্থক : অদল-বদল, অদলী-বদলী, আদান-প্রদান, ৰদ-বদল

অর্থ : এটা বস্তু লৈ তাৰ সলনি আন বস্তু দিয়া ক্রিয়া

উদাহরণ : বস্তু বিনিময়ৰ ক্ষেত্রত ্ তেওঁ ঠগ ্ খালে

সমার্থক : বস্তু বিনিময়

অর্থ : ভিন-ভিন পক্ষ বা দেশৰ লেনদেন বিনিময় পত্রৰ অনুসৰি হোৱা এক প্রক্রিয়া

উদাহরণ : ভাৰতৰ ভালেমান দেশৰ লগত বিনিময় আছে

चौपाल