পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিপুল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিপুল   বিশেষণ

অর্থ : বহুত বেছি

উদাহরণ : মহাজন মুৰাৰীলালৰ হাতত প্রচুৰ ধন আছে তেওঁ ্তোমাক বহুত অত্যধিক ভাল পায়

সমার্থক : অত্যধিক, প্রচুৰ, বিস্তৰ

অর্থ : বহুত ডাঙৰ

উদাহরণ : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে

সমার্থক : ডাঙৰ, প্রভূত, বিৰাট, বৃহৎ

অর্থ : যি পৰিমাণত বেছি

উদাহরণ : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

সমার্থক : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিস্তৰ, বেছি, বৰ, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ

অর্থ : যাক গণনা কৰিব নোৱাৰি

উদাহরণ : আজিৰ সভাত অসংখ্য লোকে অংশগ্রহণ কৰিলে

সমার্থক : অগণন, অজস্র, অসংখ্য, ঢেৰ, প্রতুল, বহুত

चौपाल