পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিবাহ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিবাহ   বিশেষ্য

অর্থ : কাৰোবাৰ বিবাহ সম্পন্ন হোৱা সামাজিক সমাৰোহ

উদাহরণ : মই এখন বিয়ালৈ যাব লাগে বিয়া-বাৰুলেতো যাবই লাগে

সমার্থক : বিয়া, বিয়া-বাৰু

অর্থ : স্ত্রী আৰু পুৰুষৰ মাজত পতি-পত্নীৰ সম্বন্ধ স্থাপিত হোৱা এক সামাজিক বা ধার্মিক কৃত্য বা প্রক্রিয়া

উদাহরণ : সোহনৰ বিয়া ৰাধাৰ লগত হʼল

সমার্থক : ছাদি, নিকাহ, পাত্রস্থ কৰা-, পৰিণয়, বিয়া, বিৱাহ, শুভপৰিণয়, শুভবিবাহ

चौपाल