পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিভা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিভা   বিশেষ্য

অর্থ : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে

উদাহরণ : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল

সমার্থক : আভা, আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ, প্রদীপ্তি, প্রভা

অর্থ : সূর্য, চন্দ্র,্ চাকি আদিৰ প্রজ্জ্বলিত পদার্থৰ ্ পৰা ওলোৱা পোহৰ আদিয়ে গতি কৰা সূক্ষ্ম সৰল ৰেখা

উদাহরণ : সূৰুযৰ প্রথম কিৰণৰ পৰা দিনৰ আৰম্ভ হয়

সমার্থক : অংশু, কিৰণ, ৰশ্মি

অর্থ : এক ধৰণৰ প্রকাশ বা পোহৰ

উদাহরণ : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল

সমার্থক : আভা, কান্তি, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা

चौपाल