পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিভাগ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিভাগ   বিশেষ্য

অর্থ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

উদাহরণ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

সমার্থক : অংগ, অংশ, খণ্ড, টুকুৰা, ভাগ

অর্থ : কোনো দেশৰ ক্ষেত্রীয় আৰু প্রশাসনিক বিভাগ

উদাহরণ : তেওঁ ্ ফ্রান্সৰ বিভাগবোৰৰ বিষয়ে কৈ আছে

সমার্থক : কার্যবিভাগ

অর্থ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

উদাহরণ : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

সমার্থক : অংশ, দিশ, পক্ষ

অর্থ : সা-সুবিধা বা ব্যৱস্থাপনা আদিৰ কাৰণে কামৰ বিকেন্দ্রীকৰণ কৰা ক্ষেত্র

উদাহরণ : আপুনি আই. আই. টিৰ কোনটো বিভাগত কাম কৰে ?

সমার্থক : মহকুমা

चौपाल