পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিশেষ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিশেষ   বিশেষণ

অর্থ : কোনো বিশেষ কাৰণত ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি থোৱা

উদাহরণ : শ্যামে নিৰ্দিষ্ট পোছাক পৰিধান কৰি সমাৰোহলৈ আহিছিল

সমার্থক : নিৰ্দিষ্ট

অর্থ : যিটো কোনো বিশেষত্বযুক্ত

উদাহরণ : তেওঁ বিশিষ্ট কামহে কৰে

সমার্থক : বিশিষ্ট

অর্থ : সাধাৰণতকৈ অতিৰিক্ত তথা তাতকৈ অলপ আগবঢ়া বা যিমান হোৱা উচিত বা হয় তাতকৈ অলপ অধিক

উদাহরণ : মই ইয়াত এক বিশেষ কামৰ কাৰণে আহিছোঁ

সমার্থক : জৰুৰী

चौपाल