অর্থ : যাৰ কোনো বিষয়ত বিশেষ জ্ঞান আছে বা যি কোনো কাম, বস্তু আদিৰ বিষয়ে ভালকৈ জানে
উদাহরণ :
তেওঁ চর্ম ্ ৰোগ বিশেষজ্ঞ
সমার্থক : বিশাৰদ
অর্থ : কোনো বিশেষ বিষয় আদিৰ লগত সম্বন্ধ ৰাখোঁতা
উদাহরণ :
ইয়াৰ বৃতান্ত আপোনাক কোনো বিশেষজ্ঞইহে দিব পাৰিব