পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিস্তাৰ কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিস্তাৰ কৰা   ক্ৰিয়া

অর্থ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া

উদাহরণ : তেওঁ বিচনাত চাদৰখন মেলি দিলে

সমার্থক : পাৰি দিয়া, মেলা, মেলি দিয়া

অর্থ : কোনো বস্তুৰ প্রসাৰিতকৰণ

উদাহরণ : তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে

সমার্থক : বহলকৈ মেলা, মেলা, মেলি দিয়া

অর্থ : পৰিণাম বা বিস্তাৰত অধিক কৰা বা বিস্তাৰিত কৰা

উদাহরণ : বৌদ্ধসকলে বৌদ্ধধর্মক ্কেইবাখনো দেশত প্রসাৰিত কৰিলে

সমার্থক : প্রসাৰিত কৰা, বিস্তৃত কৰা, বিয়পোৱা

चौपाल