পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিৰক্ত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিৰক্ত   বিশেষ্য

অর্থ : আমনি লগা কার্য ্বা ভাব

উদাহরণ : মাৰ উপদেশ শুনি-শুনি মোৰ মন বিৰক্ত হʼল

বিৰক্ত   বিশেষণ

অর্থ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে

উদাহরণ : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল

সমার্থক : বিমুখ, বিৰাগ, বৈৰাগী, সন্যাসী

অর্থ : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে

উদাহরণ : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি

সমার্থক : অন্যমনস্ক, উদাস, ম্লান

चौपाल