পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বীজাণু শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বীজাণু   বিশেষ্য

অর্থ : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী

উদাহরণ : জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়

সমার্থক : জীৱাণু

অর্থ : সাধাৰণ অনুবীক্ষণ যন্ত্রৰ দ্বাৰা নেদেখা আৰু নিজৰ পোষণ আৰু জননৰ বাবে পৰজীৱীৰ ৰূপত কোনো কোষৰ ভিতৰত থকা অতি সূক্ষ সংক্রামক জীৱ

উদাহরণ : বীজাণুৰ পৰা কেইবা প্রকাৰৰো ৰোগ হয়

সমার্থক : ভাইৰাচ

অর্থ : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক

উদাহরণ : বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ

সমার্থক : জীৱাণু

चौपाल