অর্থ : যিজন ব্যক্তিৰ অৱস্থা ষাঠি বছৰৰ ্উর্ধত হৈছে
উদাহরণ :
আমাৰ বুঢ়াবোৰৰ খবৰ ৰাখোতা ইয়াত কোনো নাই
সমার্থক : বৃদ্ধ, বৃদ্ধ পুৰুষ
অর্থ : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি বেছি বয়সীয়া
উদাহরণ :
বুঢ়া মানুহক ইয়াত বিনামূলীয়াকৈ সেৱা আগবঢ়োৱা হয়
সমার্থক : বুঢ়া মানুহ, বৃদ্ধ, বৃদ্ধ লোক, বয়সীয়া মানুহ, বয়োবৃদ্ধ