অর্থ : বৃত্ত বা চক্রৰ আকাৰৰ
উদাহরণ :
গাড়ীত ঘূৰণীয়া চকা লগোৱা থাকে
সমার্থক : গোলাকাৰ, ঘূৰণীয়া, চক্রাকাৰ, বর্তুল্াকাৰ, মণ্ডলাকাৰ
অর্থ : বৃত্তৰ লগত সম্পর্কীত
উদাহরণ :
পৃথিৱীক কেন্দ্র হিচাপে মানি সকলো গ্রহ বৃত্তাকাৰ কক্ষত ঘূৰে
সমার্থক : বৃত্ত-সম্বন্ধীয়, বৃত্তীয়