অর্থ : তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল লগা এবিধ গুল্মজাতীয় উদ্ভিদ
উদাহরণ :
খেতিয়কে বেঙেনাৰ খেতিডৰা নিয়াই আছে
সমার্থক : বেঙেনা গছ
অর্থ : এবিধ গুল্মজাতীয় উদ্ভিদৰ তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল!
উদাহরণ :
মায়ে আঞ্জা ৰান্ধিবৰ কাৰণে বেঙেনা কাটি আছে