অর্থ : কাঠ, লোহা আদিৰে সজা দীঘলীয়া চাৰিখুটীয়া আসন
উদাহরণ :
এই বেঞ্চখনত চাৰিজন মানুহ বহিব পাৰে
অর্থ : এজনতকৈ অধিক ব্যক্তি বহিব পৰা কাঠেৰে তৈয়াৰী নাতি-দীৰ্ঘ আসন
উদাহরণ :
আলহী বৈঠকখানাত বেঞ্চিত বহি আছে
সমার্থক : বেঞ্চি