সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কোঠা বা মহলীয়া ঘৰৰ বেৰৰ পৰা ওলাই থকা অংশ
উদাহরণ : তেওঁ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কার্ণিচৰ তলত থিয় হʼল
সমার্থক : ওপৰ মহলাৰ বাৰাণ্ডা, কার্ণিচ, চজা
অর্থ : ঘৰৰ সন্মুখ বা দাঁতিৰ বাহিৰলৈ ওলাই থকা ছাঁ দিব পৰা অংশ
উদাহরণ : শ্যামে বাৰাণ্ডাত বহি চাহ খাই আছিল
সমার্থক : অলিন্দ, আগচালি, বাৰাণ্ডা
ইনস্টল