পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বেয়া সময়ত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বেয়া সময়ত   ক্ৰিয়া বিশেষণ

অর্থ : যিটো সময় অনুসৰি নহয়

উদাহরণ : আপুনি অসময়ত আহি ওলোৱা কাৰণে মই আপোনাক এক পইচাও দিব নোৱাৰোঁ

সমার্থক : অবতৰত, অসময়ত, কুক্ষণত

অর্থ : অনুপযুক্ত সময়ত

উদাহরণ : আপুনি অসময়ত আহি ওলাইছেহি, মই আপোনাৰ একো সহায় কৰিব নোৱাৰিম

সমার্থক : অবতৰত, অসময়ত, কুক্ষণত

चौपाल