পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বেয়াকৈ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বেয়াকৈ   ক্ৰিয়া বিশেষণ

অর্থ : অসভ্য ৰূপত

উদাহরণ : শ্যামে বেয়াকৈ কʼলে যে তুমি ইয়াৰ পৰা গুচি যোৱা

সমার্থক : অশিষ্টভাৱে, অসভ্যতঃ, অসভ্যভাৱে, শিষ্টাচাৰহীনভাৱে

অর্থ : বেয়া ধৰণে

উদাহরণ : মানুহে তেওঁক ্বেয়াকৈ পিটিলে

অর্থ : বেয়া ধৰণে

উদাহরণ : আমাৰ খেলুৱৈসকলে বেয়াকৈ খেলাৰ বাবে আমি খেলখনত হাৰিলো

चौपाल