সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ককায়েকৰ স্ত্রী
উদাহরণ : মোৰ বৌ এগৰাকী অধ্যাপিকা
সমার্থক : নবৌ
অর্থ : জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া
উদাহরণ : মোৰ মা এগৰাকী সতী-সাধ্বী মহিলা নৈৰ সমান বʼব কোন আইৰ সমান হʼব কোন
সমার্থক : আই, জননী, জন্মদাত্রী, বৌটি, মা, মাতৃ
ইনস্টল