অর্থ : ব্যাপ্ত হোৱা অৱস্থা বা ভাব
উদাহরণ :
বেদ, উপনিষদ আদিয়ে ঈশ্বৰৰ ্সর্বত্র ্ব্যাপ্তিৰ ওপৰত জোৰ দিয়ে
অর্থ : দী্র্ঘ্্তা, প্রস্থতা আদি
উদাহরণ :
হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে ভাৰতবর্ষৰ বিস্তৃতি
সমার্থক : প্রসাৰ, প্রসাৰণ, পৰিকীর্ণ্্তা, পৰিব্যাপ্তি, বিসাৰ, বিস্তাৰ, বিস্তৃতি, বিয়পি থকা-