অর্থ : ব্রিটেইনত থকা বা বসতি কৰা
উদাহরণ :
তেওঁ বিদ্রোহৰ সময়ত ভালেমান ব্রিটিছ পৰিয়ালক নিজৰ বৰঘৰত লুকুৱাই সুৰক্ষিত স্থানলৈ লৈ গৈছিল
অর্থ : ব্রিটেইনৰ বা ব্রিটেইন সম্বন্ধীয়
উদাহরণ :
ভাৰতত বহু সময়লৈকে ব্রিটিছ শাসন আছিল