সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি পদার্থৰে কোনো বস্তু ৰঙীণ কৰা হয়
উদাহরণ : এই শাৰীখনত ৰঙা ৰং দিয়া হৈছে
সমার্থক : ৰং, ৰঙ
অর্থ : চকুৰ জৰিয়তে বোধ জন্মা কোনো বস্তু আদিৰ গুণ
উদাহরণ : তেওঁ ্বগা বৰণৰ
সমার্থক : ৰং
অর্থ : বর্ণ ্বা ৰং সম্বন্ধীয়
উদাহরণ : সেই বগা বৰণৰ মহিলা গৰাকীয়েই আপোনাৰ বিষয়ে সুধি আছিল
ইনস্টল