অর্থ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
উদাহরণ :
লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
সমার্থক : ছিঙা, টুকুৰা কৰা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
অর্থ : পৃথক বা বেলেগ হোৱা
উদাহরণ :
মুন্নাৰ এটা দাঁত ভাগিল