অর্থ : ভাগ্যক প্রাধান্য দিয়া বা ভাগ্যৰ ওপৰত আশ্রিত থকা ব্যক্তি
উদাহরণ :
আজিৰ ্কর্ম্্প্রধান যুগতো ভাগ্যবাদীৰ অভাৱ নাই
সমার্থক : দৈৱবাদী
অর্থ : ভাগ্যক প্রাধান্য দিয়া বা ভাগ্যত আশ্রয় গ্রহণ কৰোঁতাজন
উদাহরণ :
আজিৰ ্কর্মময় যুগত ভাগ্যবাদী লোকে কেতিয়াবা কেতিয়াবা পস্তাব লগীয়া হয়
সমার্থক : দৈৱবাদী