পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভাল লগা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভাল লগা   ক্ৰিয়া

অর্থ : আনন্দ পাওঁতে অনুভৱ হোৱা

উদাহরণ : এই দৃশ্যটো মোৰ ভাল লাগিছে

সমার্থক : মন ভুলোৱা, মনঃপুত হোৱা, সুখপ্রদ লগা

অর্থ : ৰুচিৰ অনুকূল হোৱা

উদাহরণ : আপোনাৰ সকলো বস্তুৱেই পচন্দ হʼব বুলি কোনো কথা নাই মোৰ এই কামটো ভাল লগা নাই

সমার্থক : পচন্দ হোৱা, মন লগা, মনঃপুত হোৱা, মনোমত হোৱা, ৰুচিকৰ হোৱা

ভাল লগা   বিশেষণ

অর্থ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ

উদাহরণ : এইখন মোৰ অতি প্রিয় গ্রন্থ

সমার্থক : অভিৰুচি, পছন্দ, প্রিয়, ৰুচি

चौपाल