পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভোটদাতা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভোটদাতা   বিশেষ্য

অর্থ : যিজনৰ কোনো নি্র্বাচনত নিজৰ মতামত সাব্যস্ত কৰাৰ অধিকাৰ আছে

উদাহরণ : নি্র্বাচনৰ সময়ত ডাঙৰ-ডাঙৰ নেতায়েও ভোটদাতাৰ ওচৰত নমনীয় হয়

সমার্থক : নি্র্বাচক, মতদাতা

ভোটদাতা   বিশেষণ

অর্থ : যাৰ মত বা ভোট দিয়াৰ অধিকাৰ থাকে

উদাহরণ : নিজৰ ভোটৰ সুব্যৱহাৰ কৰিবলৈ ভোটদাতা সকললৈ অনুৰোধ জনালো

সমার্থক : ভোটাৰ

चौपाल