অর্থ : কোনো বস্তু আদিৰ খালী ঠাইৰ কোনো অংশ বস্তুৰে পূর্ণ ্হোৱা
উদাহরণ :
বৰষুণৰ পানীৰে পুখুৰীটো ভৰি গʼল
সমার্থক : ভৰি যোৱা
অর্থ : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা
উদাহরণ :
পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে
সমার্থক : ভৰোৱা