অর্থ : মটমট শব্দ উৎপন্ন কৰা
উদাহরণ :
বাহনিডৰাত জুই লগাৰ কাৰণে বাঁহবোৰ মৰ-মৰ কৰিবলৈ ধৰিছে
সমার্থক : মট-মট কৰা
অর্থ : কোনো বস্তু আদিৰ মচমচকৈ শ্্ব্দ হোৱা কার্য
উদাহরণ :
মই বহাৰ লগে-লগে খাতিয়াখনে মটমটাবলৈ ধৰিছে
সমার্থক : কেটকেটোৱা