পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মণ্ডল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মণ্ডল   বিশেষ্য

অর্থ : সূর্য ্বা চন্দ্রৰ চাৰিওফালে দেখা পোৱা ঘেৰা

উদাহরণ : সূর্য মণ্ডলত ্ভালেমান গ্রহে পৰিভ্রমণ কৰে

অর্থ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ

উদাহরণ : তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা

সমার্থক : পৰিধি

অর্থ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

উদাহরণ : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

সমার্থক : দল, মণ্ডলী, সংগঠন

অর্থ : ভূগোলত গৰম-ঠাণ্ডাৰ বিচাৰ কৰি পৃথিৱীক ্পাঁচ ভাগত বিভক্ত কৰা ভাগৰ এটা ভাগ

উদাহরণ : উত্তৰ মেৰু শীতোষ্ণ অঞ্চলত পৰে

चौपाल