পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মতলব শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মতলব   বিশেষ্য

অর্থ : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি

উদাহরণ : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে

সমার্থক : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, চাল, ফন্দ, ফন্দি

অর্থ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

উদাহরণ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

সমার্থক : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, লক্ষ্য, হেতু

অর্থ : কোনো শ্্ব্দ, পদ বা বাক্য আদিৰ পৰা ওলোৱা অভিধা অর্থ ্যাৰ বোধ জন্মাবৰ কাৰণে কোনো শ্্ব্দ বা পদ মানুহৰ মাজত প্রচলিত হয়

উদাহরণ : কেতিয়াবা কেতিয়াবা সুৰদাসৰ পদৰ অর্থ উলিওৱা জটিল হৈ পৰে

সমার্থক : অর্থ, ্তাৎপর্য, ্ভাব

অর্থ : কোনো ধৰণৰ লগা-ভগা বা সম্পর্ক

উদাহরণ : এই কামটোৰ সৈতে ৰামৰ কোনো সম্পর্ক নাই

সমার্থক : সম্পর্ক, সম্বন্ধ

चौपाल