পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মত্ত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মত্ত   বিশেষ্য

অর্থ : যি প্রায়েই কোনো নিচাৰ সেৱন কৰে

উদাহরণ : দুজন নিচাখোৰে নিচা খোৱাৰ পিছত নিজৰ মাজতেই থোতা-মোজা লাগিল

সমার্থক : নিচাখোৰ

মত্ত   বিশেষণ

অর্থ : যিয়ে নিচা লগাবৰ কাৰণে নিচাজাতীয় পদার্থ সেৱন কৰে

উদাহরণ : নিচাত মাৰপিট কৰাৰ কাৰণে দুজন নিচাখোৰ লোক জেললৈ যাব লগা হʼল

সমার্থক : টং হৈ থকা-, নিচাগ্রস্ত, নিচাসক্ত

चौपाल