পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মমতা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মমতা   বিশেষ্য

অর্থ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে

উদাহরণ : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা

সমার্থক : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মেহেৰবানি

অর্থ : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব

উদাহরণ : সাধুসকল মোহত নপৰে

সমার্থক : মোহ

অর্থ : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা

উদাহরণ : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল

সমার্থক : চেনেহ, মৰম, মৰম-চেনেহ, স্নেহ

অর্থ : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম

উদাহরণ : শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়

चौपाल