পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মহাৰজা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মহাৰজা   বিশেষ্য

অর্থ : ডাঙৰ হিন্দু ৰজা

উদাহরণ : এজন মহাৰজাৰ অধীনত ভালেমান ৰজা থাকিব পাৰে

সমার্থক : অধীশ্বৰ, মহাৰাজ, ৰাজেশ্বৰ

অর্থ : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ

উদাহরণ : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে

সমার্থক : ওজা, বাদশ্বাহ, মহাৰাণী, সম্রাজ্ঞী, সম্রাট, ৰজা, ৰাণী

चौपाल