পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মহাৰাজ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মহাৰাজ   বিশেষ্য

অর্থ : ব্রাহ্মণ, গুৰু আদিৰ কাৰণে আদৰসূচক সম্বোধন

উদাহরণ : এই মহাৰাজে নিজৰ ভোজন স্বয়ং বনায়

অর্থ : যি ৰজাৰ ৰাজ্য দূৰ দূৰলৈ প্রসাৰিত হৈ থাকে

উদাহরণ : দশৰথ এজন চক্রৱর্তী ৰজা আছিল

সমার্থক : চক্রৱর্তী ৰজা

অর্থ : ডাঙৰ হিন্দু ৰজা

উদাহরণ : এজন মহাৰজাৰ অধীনত ভালেমান ৰজা থাকিব পাৰে

সমার্থক : অধীশ্বৰ, মহাৰজা, ৰাজেশ্বৰ

चौपाल