পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মার্গ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মার্গ   বিশেষ্য

অর্থ : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা

উদাহরণ : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক

সমার্থক : উপায়, পথ, পন্থা, ্সাধন

অর্থ : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়

উদাহরণ : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে

সমার্থক : পথ, বাট, ৰাস্তা

অর্থ : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়

উদাহরণ : উৰা জাহাজৰো নির্দিষ্ট পথ আছে

সমার্থক : পথ, বাট, ্ ৰাস্তা

অর্থ : কোনো সাধন, প্রকাৰ আদি যাৰ অৱলম্বনত কোনো কামৰ ভালদৰে বা সম্পূর্ণ কৰিবৰ কাৰণে কৰা হয়

উদাহরণ : আহাৰ মুখ বিবৰেদি পেটলৈ যায়

সমার্থক : পথ, বিবৰ, ্ৰাস্তা

चौपाल